HS Sanskrit New Syllabus 2026-27: উচ্চতৰ মাধ্যমিকৰ সংস্কৃতৰ নতুন পাঠ্যক্ৰম আৰু ২০২৬-২৭ বৰ্ষৰ শৈক্ষিক কেলেণ্ডাৰ প্ৰকাশ
অসমৰ উচ্চতৰ মাধ্যমিকৰ ছাত্ৰ-ছাত্ৰীসকলৰ বাবে এক গুৰুত্বপূৰ্ণ খবৰ। অসম ৰাজ্যিক স্কুল শিক্ষা বোৰ্ড (Assam State School Education Board – ASSEB) এ ২০২৬-২৭ শৈক্ষিক বৰ্ষৰ বাবে আনুষ্ঠানিক শৈক্ষিক কেলেণ্ডাৰ মুকলি কৰিছে। এই নতুন কেলেণ্ডাৰত ছাত্ৰ-ছাত্ৰীসকলৰ বাবে গুৰুত্বপূৰ্ণ শৈক্ষিক দিনপঞ্জীৰ লগতে HS sanskrit new syllabus অৰ্থাৎ সংস্কৃত বিষয়ৰ নতুন পাঠ্যক্ৰম আৰু অন্যান্য বিষয়ৰ মূল্যায়ন পদ্ধতিৰ ওপৰত বিশেষ …