All Assam Young Achievers Quiz 2026

All Assam Young Achievers Quiz 2026: Registration আৰম্ভ হৈছে

অসমৰ শিক্ষাৰ্থীসকলৰ মাজত পৰিবেশ সজাগতা বৃদ্ধি কৰা আৰু তেওঁলোকৰ বৌদ্ধিক বিকাশৰ উদ্দেশ্যে All Assam Young Achievers Quiz 2026 আয়োজন কৰা হৈছে। এইটো এই কুইজ প্ৰতিযোগিতাৰ ৬ষ্ঠ সংস্কৰণ। অসম ৰাজ্যিক স্কুল শিক্ষা বোৰ্ড (ASSEB) ৰ তত্ত্বাৱধানত অনুষ্ঠিত হ’বলগীয়া এই প্ৰতিযোগিতাত ৰাজ্যৰ চুকে-কোণে থকা মেধাৱী ছাত্ৰ-ছাত্ৰীসকলে অংশগ্ৰহণ কৰিব পাৰিব। এই প্ৰতিযোগিতাৰ মূল বিষয়বস্তু বা থিম হৈছে “World …

Read more