Is Assamese language paper compulsory for APSC CCE 2025

APSC CCE 2025: অসমীয়া ভাষাৰ কাকত বাধ্যতামূলকনে? পৰীক্ষাৰ্থীৰ বাবে গুৰুত্বপূৰ্ণ তথ্য

অসম লোকসেৱা আয়োগৰ (APSC) যুটীয়া প্ৰতিযোগিতামূলক পৰীক্ষাৰ প্ৰস্তুতি চলাই থকা প্ৰাৰ্থীসকলৰ বাবে ‘ভাষাৰ কাকত’ (Language Paper) সদায় এক চৰ্চাৰ বিষয় হৈ আহিছে। আগতে APSC ৰ মূল পৰীক্ষাত (Mains) অসমীয়া বা অন্যান্য আঞ্চলিক ভাষাৰ এখন বাধ্যতামূলক কাকত আছিল, কিন্তু শেহতীয়াকৈ অসম চৰকাৰে ইয়াৰ ক্ষেত্ৰত কিছু ডাঙৰ পৰিৱৰ্তন আনিছে। ২০২৫-২৬ বৰ্ষৰ নিযুক্তিৰ বাবে প্ৰকাশিত নতুন নিৰ্দেশনা অনুসৰি …

Read more