PM Internship Scheme Assam 2026: অসমৰ ছাত্ৰ-ছাত্ৰীৰ বাবে সোণালী সুযোগ! মাহিলী ৯০০০ টকাৰ জলপানী আৰু প্ৰশিক্ষণ

​অসমৰ শিক্ষিত নিবনুৱা যুৱক-যুৱতী আৰু শিক্ষাৰ্থীসকলৰ বাবে কেন্দ্ৰীয় চৰকাৰৰ এক অতি গুৰুত্বপূৰ্ণ জনকল্যাণমূলক আঁচনি হ’ল প্ৰধানমন্ত্ৰী ইনটাৰ্ণশ্বিপ আঁচনি। শেহতীয়াকৈ কোকৰাঝাৰ বিশ্ববিদ্যালয়ে (Kokrajhar University) ২১ এপ্ৰিল ২০২৬ তাৰিখে জাৰী কৰা এক জাননী অনুসৰি PM Internship Scheme Assam 2026 ৰ অধীনত নতুনকৈ পঞ্জীয়ন প্ৰক্ৰিয়া আৰম্ভ হৈছে। ​এই আঁচনিৰ মূল লক্ষ্য হ’ল দেশৰ যুৱ প্ৰজন্মক দেশৰ আগশাৰীৰ কোম্পানীসমূহৰ …

Read more

CMAAA 2.0 Payment Distribution Ceremony Guwahati February 2026

Mukhya Mantri Atmanirbhar Asom Abhiyan 2.0: কামৰূপৰ ৫,৫৭২ গৰাকী যুৱক-যুৱতীলৈ ৫৬ কোটি টকাৰ সাহায্য; কাইলৈ গুৱাহাটীত মুখ্যমন্ত্ৰীয়ে বিতৰণ কৰিব প্ৰথম কিস্তি।

অসম বাতৰি (গুৱাহাটী): অসমৰ নিবনুৱা সমস্যা দূৰ কৰি যুৱক-যুৱতীসকলক স্বাৱলম্বী কৰাৰ লক্ষ্যৰে আৰম্ভ কৰা ‘মুখ্যমন্ত্ৰী স্বাৱলম্বী অসম অভিযান ২.০’ (CMAAA 2.0) ৰ এক গুৰুত্বপূৰ্ণ কাৰ্যসূচী কাইলৈ অনুষ্ঠিত হ’ব। ৭ ফেব্ৰুৱাৰী ২০২৬ তাৰিখে গুৱাহাটীৰ কাহিলিপাৰাস্থিত জ্যোতি চিত্ৰবনত আয়োজন কৰা এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কামৰূপ আৰু কামৰূপ মহানগৰ জিলাৰ ৫,৫৭২ গৰাকী হিতাধিকাৰীক প্ৰথম কিস্তিৰ …

Read more