Dibrugarh University B.Ed CET 2026: আবেদন আৰম্ভ, পৰীক্ষাৰ ৰুটিন আৰু নিয়ম

পৰিচয় (Introduction) ​ডিব্ৰুগড় বিশ্ববিদ্যালয়ে ২০২৬-২৭ শৈক্ষিক বৰ্ষৰ ২ বছৰীয়া (৪টা ষান্মাসিক) বি.এড পাঠ্যক্ৰমৰ বাবে B.Ed CET 2026 অনুষ্ঠিত কৰিবলৈ সাজু হৈছে। এই প্ৰৱেশ পৰীক্ষাৰ মেধা তালিকাৰ ভিত্তিতে বিশ্ববিদ্যালয়ৰ অধীনস্থ বিভিন্ন শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়সমূহত নামভৰ্তিৰ সুযোগ দিয়া হ’ব। মনত ৰাখিব যে কেৱল পৰীক্ষাত উত্তীৰ্ণ হোৱাটোৱেই নামভৰ্তিৰ গেৰাণ্টি নহয়, ইয়াৰ বাবে আপোনাৰ কেৰিয়াৰৰ নম্বৰো গণনা কৰা হ’ব। …

Read more