SSB GD Recruitment 2026: ১০ম পাছৰ বাবে কেন্দ্ৰীয় চৰকাৰী চাকৰি, নাই কোনো আবেদন মাচুল
১০ম শ্ৰেণী উত্তীৰ্ণ কৰা অসমৰ প্ৰতিৰক্ষা বাহিনীৰ চাকৰি প্ৰাৰ্থীসকলৰ বাবে এক সুন্দৰ সুযোগ লৈ আহিছে ভাৰত চৰকাৰৰ গৃহ মন্ত্ৰালয়ে। ভাৰতীয় প্ৰতিৰক্ষা শাখাৰ অন্যতম গুৰুত্বপূৰ্ণ বাহিনী সশস্ত্ৰ সীমা বল (SSB)-ৰ অধীনত খালী হৈ থকা Constable (General Duty – GD) পদৰ নিযুক্তিৰ বাবে বিজ্ঞপন নম্বৰ SSB/Rectt/Constable/2026/01 প্ৰকাশ কৰা হৈছে। এই নিযুক্তি প্ৰক্ৰিয়াৰ জৰিয়তে মুঠ ৫০ টা পদ …