Siksha Setu Attendance Mandatory: ধেমাজী জিলাৰ শিক্ষক আৰু কৰ্মচাৰীৰ বাবে চৰকাৰী কঠোৰ নিৰ্দেশ

​অসম চৰকাৰৰ শিক্ষা বিভাগৰ কেন্দ্ৰীয় পঞ্জীয়ন প্ৰণালী ‘শিক্ষা সেতু’ (Siksha Setu) পৰ্টেলক লৈ ধেমাজী জিলাৰ বিদ্যালয়সমূহৰ বাবে এক জৰুৰী জাননী জাৰী কৰা হৈছে। ধেমাজী জিলাৰ স্কুল পৰিদৰ্শক (Inspector of Schools) তথা জিলা মিছন সমন্বয়কৰ কাৰ্যালয়ৰ পৰা ০২ মে’ ২০২৬ তাৰিখে এই নিৰ্দেশনা প্ৰদান কৰা হৈছে। ​শেহতীয়াকৈ দেখা গৈছে যে জিলাখনৰ বহুতো প্ৰাদেশীকৃত (Provincialised) স্কুলৰ শিক্ষক …

Read more