KGBV Tinsukia Recruitment 2026: তিনচুকীয়া জিলাৰ কেজিবিভি স্কুলত শিক্ষক নিযুক্তি – Non-TET প্ৰাৰ্থীও যোগ্য
অসমৰ শিক্ষাগৰু আৰু বিশেষকৈ মহিলা চাকৰি প্ৰাৰ্থীসকলৰ বাবে এক সুন্দৰ সুযোগ। সমগ্ৰ শিক্ষা অভিযান (SSA), তিনচুকীয়া জিলাৰ অধীনত থকা কস্তুৰবা গান্ধী বালিকা বিদ্যালয় (KGBV-III) ত খালী হৈ থকা সহকাৰী শিক্ষয়িত্ৰী পদৰ বাবে চৰকাৰী নিযুক্তিৰ জাননী প্ৰকাশ পাইছে। এই নিযুক্তি সম্পূৰ্ণৰূপে ঠিকাভিত্তিক (Contractual) আৰু কেৱল মহিলা প্ৰাৰ্থীসকলেহে ইয়াৰ বাবে আবেদন কৰিব পাৰিব। এই প্ৰবন্ধটোত আমি তিনচুকীয়া …