Vidya The Living School Recruitment 2026: ধেমাজীৰ লিভিং স্কুলত স্কুল নাৰ্ছৰ নিযুক্তি
অসমৰ ধেমাজী জিলাৰ অন্যতম অগ্ৰণী শিক্ষানুষ্ঠান VIDYA: The Living School এ তেওঁলোকৰ আৱাসিক স্কুল চৌহদৰ বাবে এগৰাকী যোগ্য আৰু অভিজ্ঞ School Residential Nurse নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছে। এই নিযুক্তিৰ বাবে কোনো ধৰণৰ লিখিত পৰীক্ষা অনুষ্ঠিত কৰা নহয়, কেৱল এখন পোনপটীয়া সাক্ষাৎকাৰৰ (Walk-in Interview) জৰিয়তে প্ৰাৰ্থী নিৰ্বাচন কৰা হ’ব। যদি আপুনি নাৰ্ছিং বিভাগৰ এগৰাকী ডিগ্ৰীধাৰী …