NIRDPR Recruitment 2026: ৰাষ্ট্ৰীয় গ্ৰামোন্নয়ন আৰু পঞ্চায়তীৰাজ প্ৰতিষ্ঠানত নিযুক্তি, বেতন ১.২ লাখ টকা পৰ্যন্ত
কেন্দ্ৰীয় চৰকাৰৰ গ্ৰামোন্নয়ন মন্ত্ৰালয়ৰ অধীনস্থ এক স্বায়ত্তশাসিত প্ৰতিষ্ঠান NIRDPR এ শেহতীয়াকৈ ১৪ টা বিভিন্ন পদৰ বাবে যোগ্য প্ৰাৰ্থীৰ পৰা অনলাইন আবেদন বিচাৰিছে। বিশেষকৈ যিসকল প্ৰাৰ্থীৰ গ্ৰামোন্নয়ন, সমাজ বিজ্ঞান বা কৃষি বিজ্ঞানৰ ক্ষেত্ৰত গৱেষণাৰ অভিজ্ঞতা আছে, তেওঁলোকৰ বাবে এয়া এক উৎকৃষ্ট কেৰিয়াৰ সুযোগ। পদৰ সবিশেষ (Post Details) মুঠ খালী পদৰ সংখ্যা হৈছে ১৪ টা। পদসমূহৰ বিভাজন …