Madhabdev University Admission 2026

Madhabdev University Admission 2026: MA আৰু MSc পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে MDUPGET 2026 আবেদন আৰম্ভ

অসমৰ উচ্চ শিক্ষাৰ অন্যতম অগ্ৰণী প্ৰতিষ্ঠান, লখিমপুৰ জিলাৰ নাৰায়ণপুৰস্থিত মাধৱদেৱ বিশ্ববিদ্যালয়ে (Madhabdev University) ২০২৬-২৭ শিক্ষাবৰ্ষৰ স্নাতকোত্তৰ (Post Graduate) পাঠ্যক্ৰমত নামভৰ্তিৰ বাবে আনুষ্ঠানিক জাননী জাৰি কৰিছে। বিশ্ববিদ্যালয়খনে বিভিন্ন পিজি (PG) পাঠ্যক্ৰমৰ নামভৰ্তি প্ৰক্ৰিয়াটো সুচাৰুৰূপে পৰিচালনা কৰিবলৈ Madhabdev University Post Graduate Entrance Test (MDUPGET) 2026 প্ৰৱেশ পৰীক্ষা অনুষ্ঠিত কৰিব। যোগ্য আৰু আগ্ৰহী প্ৰাৰ্থীসকলৰ পৰা বিভিন্ন এম.এ (MA) …

Read more