TIFR Recruitment 2026: টাটা ইনষ্টিটিউটত ইঞ্জিনীয়াৰ আৰু ট্ৰেডছমেনৰ নিযুক্তি, বেতন ১.৩৮ লাখ টকা
ভাৰত চৰকাৰৰ পাৰমাণৱিক শক্তি বিভাগৰ অধীনস্থ মুম্বাইস্থিত অগ্ৰণী গৱেষণা প্ৰতিষ্ঠান টাটা ইনষ্টিটিউট অফ ফাণ্ডামেণ্টেল ৰিচাৰ্চ (TIFR) এ ২০২৬ বৰ্ষৰ বাবে বিভিন্ন পদত নিযুক্তিৰ বিজ্ঞাপন (Advt No: 2026/5) প্ৰকাশ কৰিছে। এই নিযুক্তিৰ জৰিয়তে ইঞ্জিনীয়াৰ, জুনিয়র ইঞ্জিনীয়াৰ, ট্ৰেডছমেন আৰু লাইব্ৰেৰী ট্ৰেইনীকে ধৰি মুঠ ১০ টা পদ পূৰণ কৰা হ’ব। যোগ্য আৰু আগ্ৰহী প্ৰাৰ্থীসকলে এই কেন্দ্ৰীয় চৰকাৰৰ চাকৰিৰ …