Final Exam HS Assam Date: ২০২৬-২৭ বৰ্ষৰ উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাৰ প্ৰস্তুতি আৰু সময়সূচী
অসমৰ হাজাৰ হাজাৰ উচ্চতৰ মাধ্যমিকৰ শিক্ষাৰ্থীৰ বাবে এক অতি গুৰুত্বপূৰ্ণ খবৰ প্ৰকাশ পাইছে। অসম ৰাজ্যিক স্কুল শিক্ষা বোৰ্ড (ASSEB) এ ২০২৬-২৭ শৈক্ষিক বৰ্ষৰ বাবে যি নতুন শৈক্ষিক দিনপঞ্জী মুকলি কৰিছে, তাত final exam HS assam date অৰ্থাৎ চূড়ান্ত পৰীক্ষাৰ সময়সীমাৰ এক স্পষ্ট আভাস দিয়া হৈছে। ১ এপ্ৰিল ২০২৬-ৰ পৰা আৰম্ভ হ’বলগীয়া এই নতুন শৈক্ষিক বৰ্ষটোত …