NHHDS Nagaon Recruitment 2026: নগাঁও জিলাত প্ৰজেক্ট মেনেজাৰৰ নিযুক্তি
নগাঁও জিলাৰ নিবনুৱা আৰু অভিজ্ঞ প্ৰাৰ্থীসকলৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ। নগাঁৱৰ অগ্ৰণী স্বেচ্ছাসেৱী সংগঠন NHHDS এ তেওঁলোকৰ এক বিশেষ প্ৰকল্পৰ বাবে এজন Project Manager পদৰ নিযুক্তিৰ জাননী জাৰী কৰিছে। এই নিযুক্তি প্ৰক্ৰিয়াটো ASACS (Assam State AIDS Control Society) ৰ অধীনস্থ HIV/AIDS প্ৰতিৰোধমূলক প্ৰকল্পৰ (TI Project) বাবে কৰা হ’ব। যদি আপুনি সমাজ সেৱা খণ্ডত কাম কৰি …