assam-school-academic-calendar-2026-27-pdf-download

ASSEB ২০২৬-২৭ শৈক্ষিক দিনপঞ্জী: শিক্ষাৰ্থীৰ বাবে আটাইতকৈ ডাঙৰ আপডেট!

অসমৰ উচ্চতৰ মাধ্যমিক স্তৰৰ শিক্ষাৰ্থীসকলৰ বাবে আহিছে এক অতি গুৰুত্বপূৰ্ণ খবৰ। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ (ASSEB), সংমণ্ডল-২ (যিটো পূৰ্বতে AHSEC নামেৰে জনাজাত আছিল), ২০২৬-২৭ শৈক্ষিক বৰ্ষৰ বাবে আনুষ্ঠানিক শৈক্ষিক দিনপঞ্জী মুকলি কৰিছে । এই নতুন দিনপঞ্জীত নামভৰ্তিৰ পৰা আৰম্ভ কৰি পৰীক্ষাৰ সময়সূচী আৰু পাঠ্যক্ৰমৰ গুৰুত্বপূৰ্ণ পৰিৱৰ্তনসমূহ অন্তৰ্ভুক্ত কৰা হৈছে । বিশেষকৈ ২০২৬ চনত যিসকল …

Read more