Gauhati University Driver Recruitment 2026: গুৱাহাটী বিশ্ববিদ্যালয়ত ড্ৰাইভাৰৰ নিযুক্তি
অসমৰ উচ্চ শিক্ষাৰ অন্যতম কেন্দ্ৰবিন্দু গুৱাহাটী বিশ্ববিদ্যালয়ে (Gauhati University) ড্ৰাইভাৰ পদৰ বাবে এক নতুন নিযুক্তিৰ জাননী জাৰী কৰিছে। এই Gauhati University Driver Recruitment 2026 ৰ অধীনত বিশ্ববিদ্যালয়ৰ হাস্পতালত (G.U. Hospital) ড্ৰাইভাৰ নিযুক্তি দিয়া হ’ব। এই নিযুক্তি সম্পূৰ্ণ অস্থায়ী ভিত্তিত কৰা হ’ব। যদি আপোনাৰ ড্ৰাইভিং অভিজ্ঞতা আছে আৰু গুৱাহাটী বিশ্ববিদ্যালয়ৰ দৰে প্ৰতিষ্ঠানত কাম কৰিব বিচাৰে, তেন্তে …