SFIO Recruitment 2026: কেন্দ্ৰীয় চৰকাৰৰ Serious Fraud Investigation Office ত নিযুক্তি, পদ ৬৯ টা
ভাৰত চৰকাৰৰ কৰ্পোৰেট পৰিক্ৰমা মন্ত্ৰালয়ৰ (MCA) অধীনস্থ Serious Fraud Investigation Office (SFIO) এ ২০২৬ বৰ্ষৰ বাবে এক বৃহৎ নিযুক্তিৰ বিজ্ঞাপন প্ৰকাশ কৰিছে। এই নিযুক্তিৰ জৰিয়তে আইন (Law), বিত্তীয় বিশ্লেষণ (Financial Analysis) আৰু সাধাৰণ প্ৰশাসন (General Administration) বিভাগত মুঠ ৬৯ টা Junior Consultant আৰু Young Professional পদ পূৰণ কৰা হ’ব। যোগ্য প্ৰাৰ্থীসকলে দিল্লী, মুম্বাই, কলকাতা, চেন্নাই …