Assam Law Admission 2026: CAT Entrance Exam আৰু অনলাইন আবেদন
অসমত আইন শিক্ষাৰ মানদণ্ড উন্নত কৰিবলৈ আৰু নামভৰ্তি প্ৰক্ৰিয়া স্বচ্ছ কৰিবলৈ এইবাৰ কেন্দ্ৰীয়ভাৱে CAT-2026 অনুষ্ঠিত কৰা হৈছে। গুৱাহাটী বিশ্ববিদ্যালয়ৰ শৈক্ষিক পঞ্জীয়ক অধ্যাপক ৰাজীৱ সন্দিকৈয়ে জাৰি কৰা জাননী অনুসৰি, এই প্ৰৱেশ পৰীক্ষাৰ জৰিয়তে ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ বাহিৰে অসমৰ সকলো বিশ্ববিদ্যালয়ৰ অধীনত থকা ল’ কলেজসমূহত নামভৰ্তি কৰিব পৰা যাব। অৰ্থাৎ আপুনি এটা পৰীক্ষা দিয়ক আৰু মেধা তালিকাৰ ভিত্তিত …