ASSEB Higher Secondary শৈক্ষিক দিনপঞ্জী ২০২৬-২৭: শিক্ষাৰ্থীৰ বাবে আটাইতকৈ গুৰুত্বপূৰ্ণ খবৰ!
অসমৰ উচ্চতৰ মাধ্যমিক স্তৰৰ হাজাৰ হাজাৰ শিক্ষাৰ্থীৰ বাবে এক অতি জৰুৰী খবৰ প্ৰকাশ পাইছে। অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ (ASSEB), সংমণ্ডল-২ (যিটো পূৰ্বতে AHSEC নামেৰে জনাজাত আছিল), ২০২৬-২৭ শৈক্ষিক বৰ্ষৰ বাবে আনুষ্ঠানিক শৈক্ষিক দিনপঞ্জী আৰু আৰ্হি ৰুটিন মুকলি কৰিছে। ১ এপ্ৰিল ২০২৬-ৰ পৰা কাৰ্যকৰী হ’বলগীয়া এই দিনপঞ্জীখনে শিক্ষাৰ্থীসকলৰ অধ্যয়নৰ পৰিকল্পনাত এক নতুন মোৰ আনিব। বিশেষকৈ …