Monthly Academic Calendar Assam School: ২০২৬-২৭ বৰ্ষৰ শৈক্ষিক যাত্ৰাৰ মাহেকীয়া পৰিকল্পনা
অসমৰ উচ্চতৰ মাধ্যমিক পৰ্যায়ৰ শিক্ষাৰ্থী আৰু শিক্ষকসকলৰ বাবে এটা অতি গুৰুত্বপূৰ্ণ খবৰ। অসম ৰাজ্যিক স্কুল শিক্ষা বোৰ্ড (ASSEB) এ ২০২৬-২৭ শৈক্ষিক বৰ্ষৰ বাবে আনুষ্ঠানিক monthly academic calendar assam school অৰ্থাৎ মাহেকীয়া শৈক্ষিক দিনপঞ্জী মুকলি কৰিছে। ১ এপ্ৰিল ২০২৬-ৰ পৰা আৰম্ভ হ’বলগীয়া এই নতুন শৈক্ষিক বৰ্ষটোত কেনেধৰণে পাঠদান আগবাঢ়িব আৰু প্ৰতিটো মাহত কি কি বিশেষ কাৰ্যসূচী …