Assam Holiday List 2026 Pdf: ২০২৬ চনৰ সম্পূৰ্ণ শৈক্ষিক বন্ধৰ সূচী
অসমৰ শিক্ষাৰ্থী, শিক্ষক আৰু অভিভাৱকসকলৰ বাবে ২০২৬ চনৰ শৈক্ষিক বৰ্ষটোৰ পৰিকল্পনা কৰিবলৈ চৰকাৰী বন্ধৰ তালিকাখন অতি প্ৰয়োজনীয়। শেহতীয়াকৈ অসম ৰাজ্যিক স্কুল শিক্ষা বোৰ্ড (ASSEB) এ ২০২৬-২৭ শৈক্ষিক বৰ্ষৰ বাবে আনুষ্ঠানিক শৈক্ষিক কেলেণ্ডাৰ আৰু বন্ধৰ নিৰ্দেশনাৱলী মুকলি কৰিছে। যিসকল লোকে assam holiday list 2026 pdf বিচাৰি আছিল, তেওঁলোকৰ বাবে বোৰ্ডে মাহিলি হিচাপত স্কুলীয়া বন্ধ আৰু বিশেষ …