ASSEB academic calendar 2026

ASSEB HS Academic Calendar 2026-27: Exam Dates, Admission & New Syllabus

ASSEB Division-II (AHSEC) এ ২০২৬-২৭ বৰ্ষৰ বাবে শৈক্ষিক দিনপঞ্জী আৰু আৰ্হি ৰুটিন প্ৰকাশ কৰিছে। অসম চৰকাৰৰ শিক্ষা বিভাগৰ নিৰ্দেশ মৰ্মে প্ৰস্তুত কৰা এই দিনপঞ্জীখন ১ এপ্ৰিল ২০২৬-ৰ পৰা ৩১ মাৰ্চ ২০২৭-লৈ কাৰ্যকৰী হ’ব। তলত ইয়াৰ গুৰুত্বপূৰ্ণ দিশসমূহ আলোচনা কৰা হ’ল: ১. নামভৰ্তি আৰু শ্ৰেণীসমূহ আৰম্ভ হোৱাৰ সময়সূচী ২. পৰীক্ষাৰ সময়সূচী ২০২৬-২৭ (Examination Schedule) ৩. পাঠ্যক্ৰম …

Read more