assam-hs-academic-calendar-2026-27-dates-syllabus

অসম শৈক্ষিক দিনপঞ্জী ২০২৬-২৭: উচ্চতৰ মাধ্যমিকৰ নতুন সলনি আৰু সম্পূৰ্ণ সময়সূচী

অসম চৰকাৰৰ শিক্ষা বিভাগৰ নিৰ্দেশ মৰ্মে অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ (ASSEB), সংমণ্ডল-২-এ ২০২৬-২৭ শৈক্ষিক বৰ্ষৰ (১ এপ্ৰিল ২০২৬ ৰ পৰা ৩১ মাৰ্চ ২০২৭ লৈ) বাবে উচ্চতৰ মাধ্যমিকৰ শৈক্ষিক দিনপঞ্জী আৰু আৰ্হি ৰুটিন প্ৰকাশ কৰিছে । অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদ আইন, ২০২৪ অনুসৰি পূৰ্বৰ SEBA আৰু AHSEC একত্ৰিত হৈ এই নতুন পৰিষদ গঠন হৈছে …

Read more