APSC Home Guard Recruitment 2026: অসম চৰকাৰৰ গৃহ বিভাগত Class-I বিষয়াৰ নিযুক্তি, বেতন ৯৭,০০০ টকালৈকে
অসম লোকসেৱা আয়োগে (APSC) গৃহ আৰু ৰাজনৈতিক বিভাগৰ অধীনত Class-I (Junior Grade) Home Guards ৰ খালী পদৰ বাবে যোগ্য প্ৰাৰ্থীৰ পৰা আবেদন বিচাৰিছে। এই পদৰ বাবে শাৰীৰিক সক্ষমতাৰ লগতে লিখিত পৰীক্ষাত উত্তীৰ্ণ হোৱাটো প্ৰয়োজনীয়। পদৰ বিৱৰণ আৰু শ্ৰেণীভিত্তিক বিভাজন (Vacancy Details) মুঠ পদৰ সংখ্যা হৈছে ২২ টা। শ্ৰেণী অনুসৰি পদসমূহ তলত দিয়া ধৰণে ভাগ কৰা …