Assam Teacher Leave Rules 2026

Assam Teacher Leave Rules 2026: শিক্ষকসকলৰ বাবে সুখবৰ! চৰকাৰে সলনি কৰিলে ছুটীৰ নিয়ম; এতিয়াৰে পৰা পাব ১৫ দিনৰ Earned Leave!

অসম বাতৰি (দিছপুৰ): অসম চৰকাৰৰ বিত্ত বিভাগে (Finance Department) স্কুলীয়া শিক্ষা বিভাগৰ অধীনত কৰ্মৰত শিক্ষকসকলৰ বাবে এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্যপালে ভাৰতীয় সংবিধানৰ ৩০৯ অনুচ্ছেদৰ ক্ষমতা প্ৰয়োগ কৰি “Assam Leave (Amendment) Rules, 2026” জাৰি কৰিছে। এই নতুন নিয়মৰ ফলত এতিয়াৰে পৰা শিক্ষকসকলে প্ৰতি বছৰে ১৫ দিনৰ বিশেষ অৰ্জিত ছুটী (Earned Leave) লাভ কৰিব। নতুন …

Read more

Assam Mahila University New Campus

যোৰহাটত মুখ্যমন্ত্ৰীৰ মেগা উপহাৰ: ৪৫ কোটি টকাৰ শিক্ষা আৰু স্বাস্থ্য প্ৰকল্পৰ উদ্বোধন; অসম মহিলা বিশ্ববিদ্যালয়ৰ পালে নতুন ৰূপ!

অসম বাতৰি (যোৰহাট): অসমৰ শিক্ষা আন্তঃগাঁথনি শক্তিশালী কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে হাতত লৈছে এক বৃহৎ পদক্ষেপ। ২৫ ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই যোৰহাট ভ্ৰমণ কৰি কেইবাটাও অভিলাষী প্ৰকল্পৰ শুভ উদ্বোধন কৰে। “সুৰক্ষিত ভৱিষ্যৎ গঢ়াৰ পদক্ষেপ” শ্লোগানেৰে আয়োজিত এই অনুষ্ঠানত যোৰহাটৰ শিক্ষা আৰু স্বাস্থ্য খণ্ডৰ বাবে কেইবা কোটি টকাৰ আঁচনিৰ ঘোষণা কৰা হয়। মুখ্য আকৰ্ষণ: …

Read more