Assam Domicile Certificate (PRC) 2026: Online Apply, Status & Validity Guide
অসমত যিকোনো চৰকাৰী চাকৰি, উচ্চ শিক্ষাৰ নামভৰ্তি (যেনে- Medical, Engineering) বা চৰকাৰী আঁচনিৰ সুবিধা ল’বলৈ হ’লে আটাইতকৈ গুৰুত্বপূৰ্ণ নথিপত্ৰখন হৈছে Assam Domicile Certificate বা স্থায়ী বাসিন্দাৰ প্ৰমাণ পত্ৰ (Permanent Resident Certificate – PRC)। বৰ্তমান ডিজিটেল অসমৰ অধীনত এই গোটেই প্ৰক্ৰিয়াটো অনলাইন কৰা হৈছে। এই সৰ্বাংগীন গাইডখনত আমি আলোচনা কৰিম আপুনি কেনেকৈ ঘৰত বহিয়েই domicile certificate …