how to apply UPSC recruitment online step by step

অনলাইন আবেদনৰ খোজসমূহ (Step-by-Step Guide)

UPSC ওৱেবছাইটত আবেদন কৰিবলৈ আপুনি তলৰ ৭ টা খোজ অনুসৰণ কৰিব লাগিব: খোজ ১: UPSC ORA পৰ্টেল ভিজিট কৰক পোনপ্ৰথমে আপোনাৰ কম্পিউটাৰ বা ম’বাইলৰ ব্ৰাউজাৰত UPSC-ৰ অফিচিয়েল ওৱেবছাইট [https://upsconline.nic.in/ora/] খোলক। খোজ ২: নতুন পঞ্জীয়ন আৰু URN তৈয়াৰ কৰক খোজ ৩: নিৰ্দিষ্ট পদটো বাছনি কৰক খোজ ৪: নথি-পত্ৰ আপলোড কৰক প্ৰতিটো পদৰ বাবে প্ৰয়োজনীয় নথিপত্ৰসমূহ কেৱল …

Read more