HSLC Passing Marks Assam: মেট্ৰিকত পাছ কৰিবলৈ কিমান নম্বৰ লাগিব? জানি থওক নতুন নিয়মসমূহ
অসমৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC) এজন ছাত্ৰ বা ছাত্ৰীৰ শৈক্ষিক জীৱনৰ আটাইতকৈ গুৰুত্বপূৰ্ণ খোজ। ২০২৬ চনৰ পৰীক্ষাৰ বাবে সাজু হোৱা শিক্ষাৰ্থীসকলৰ মনত প্ৰায়ে এটা প্ৰশ্ন উদয় হয়- “মেট্ৰিকত পাছ কৰিবলৈ নূন্যতম কিমান নম্বৰ পাব লাগিব?” অসম ৰাজ্যিক বিদ্যালয় শিক্ষা পৰিষদৰ (ASSEB) নতুন মূল্যায়ন পদ্ধতি অনুসৰি, উত্তীৰ্ণ হোৱাৰ নিয়মবোৰ এতিয়া আগতকৈ কিছু সুকীয়া। এই লেখাটোত আমি …