How to Apply for Orunodoi 3.0 in Assam (2026 Overview)

Scheme NameOrunodoi Scheme Assam (Phase 3.0)
Nodal DepartmentAssam Finance Department
Application Modeবৰ্তমান সাধাৰণ ৰাইজৰ বাবে কোনো Direct Online Apply Portal চালু নাই।
Form AvailabilityFree of cost at Gaon Panchayat (GP) or Urban Local Body (ULB) Office
Monthly Benefit Amount₹1,250 per month via Direct Benefit Transfer (DBT)
Primary BeneficiaryFemale head of eligible economically weaker families
Mandatory RequirementRation Card (NFSA) & Aadhaar Card

Orunodoi 3.0 Scheme Assam: Latest Update 2026

অসম চৰকাৰৰ বিত্ত বিভাগে (Assam Finance Department) দৰিদ্ৰ পৰিয়ালৰ মহিলাসকলক আৰ্থিক সকাহ দিবলৈ এই আঁচনি পৰিচালনা কৰে। বৰ্তমান ২০২৬ চনৰ শেহতীয়া চৰকাৰী প্ৰক্ৰিয়া অনুসৰি, অৰুণোদয় ৩.০-ৰ বাবে কোনো সক্ৰিয় orunodoi apply online assam লিংক নাই। ইণ্টাৰনেটত থকা ভুৱা লিংক বা থাৰ্ড-পাৰ্টী ৱেবচাইটৰ পৰা সাৱধান হওক। আৱেদনৰ সমগ্ৰ প্ৰক্ৰিয়াটো স্থানীয় প্ৰশাসনৰ জৰিয়তে অফলাইন মাধ্যমেৰে সম্পন্ন কৰা হয়।

Eligibility Criteria (আৱেদনৰ বাবে যোগ্য?)

অৰুণোদয় ৩.০-ৰ বাবে নাম অন্তৰ্ভুক্ত কৰিবলৈ তলৰ orunodoi eligibility চৰ্তসমূহ পূৰণ কৰিব লাগিব:

  • স্থায়ী বাসিন্দা: আবেদনকাৰী বাধ্যতামূলকভাৱে অসমৰ স্থায়ী বাসিন্দা হ’ব লাগিব।
  • মহিলা সদস্য: আবেদন কেৱল পৰিয়ালৰ মূল মহিলা সদস্যগৰাকীৰ নামতহে হ’ব।
  • Ration Card Verification: পৰিয়ালটোৰ নাম National Food Security Act (NFSA) অৰ্থাৎ ৰেচন কাৰ্ডত থকাটো বাধ্যতামূলক।
  • বছৰেকীয়া উপাৰ্জন: পৰিয়ালৰ সৰ্বমুঠ বাৰ্ষিক আয় ₹২ লাখতকৈ কম হ’ব লাগিব।

এইসকল মহিলাই অগ্ৰাধিকাৰ পাব:

  1. বিধবা মহিলা (Widows)
  2. ৪৫ বছৰৰ ওপৰৰ অবিবাহিত মহিলা
  3. বিবাহ বিচ্ছেদ হোৱা (Divorced) বা অকলশৰীয়া মহিলা
  4. পৰিয়ালত দিব্যাংগ (Divyangjan) সদস্য থকা ঘৰখন

মন কৰিব (Exclusion Rule): পৰিয়ালৰ কোনো সদস্য চৰকাৰী চাকৰিয়াল হ’লে, ৪ চকীয়া গাড়ী বা ট্ৰেক্টৰ থাকিলে, অথবা আয়কৰ দাতা (Income Tax Payer) হ’লে আৱেদন কৰিব নোৱাৰিব।

Required Documents (প্ৰয়োজনীয় নথিপত্ৰ)

  • Aadhaar Card
  • NFSA Ration Card
  • Bank Passbook
  • Income Certificate
  • Passport Photo

ফৰ্ম জমা দিয়াৰ সময়ত তলত দিয়া orunodoi documents required ফটোকপী গাঁথি দিব লাগিব:

  • Aadhaar Card (আবেদনকাৰীৰ নিজা আধাৰ কাৰ্ড)
  • Ration Card (সক্ৰিয় ৰেচন কাৰ্ডৰ কপি)
  • Bank Passbook (প্ৰথম পৃষ্ঠা য’ত একাউণ্ট নম্বৰ আৰু IFSC কোড স্পষ্টকৈ থাকে)
  • Income Certificate (স্থানীয় ৰাজহ চক্ৰ বিষয়াৰ দ্বাৰা প্ৰদত্ত বাৰ্ষিক আয়ৰ প্ৰমাণপত্ৰ)
  • Passport Size Photograph (২ কপি)
  • Mobile Number (আধাৰ আৰু বেংকৰ সৈতে সংযোগ থকা সক্ৰিয় নম্বৰ)

Orunodoi 3.0 Apply Process Step-by-Step (অফলাইন নিয়ম)

প্ৰকৃত আৱেদন প্ৰক্ৰিয়াটো কেনেকৈ হয় তলত বুজি লওক:

১/ ফৰ্ম সংগ্ৰহ (Collect Orunodoi Form)

আপোনাৰ স্থানীয় Gaon Panchayat (GP) কাৰ্যালয় (গ্ৰাম্য অঞ্চলৰ বাবে) বা Urban Local Body (ULB) / Municipal Office (চহৰীয়া অঞ্চলৰ বাবে) লৈ গৈ নিৰ্দিষ্ট orunodoi form খন বিনামূল্যে সংগ্ৰহ কৰক।

Orunodoi 3.0 official offline application form format Assam
Orunodoi 3.0 official offline application form format Assam
Orunodoi 3.0 official offline application form format Assam

২/ ফৰ্ম পূৰণ (Form Fill-up)

ফৰ্মখনত আবেদনকাৰীৰ নাম, আধাৰ নম্বৰ, ৰেচন কাৰ্ড নম্বৰ আৰু বেংক একাউণ্টৰ সবিশেষ ইংৰাজী Capital Letter-ত স্পষ্টকৈ লিখক।

৩/ নথি গাঁথনি আৰু জমা (Submission)

পূৰণ কৰা ফৰ্মখনৰ সৈতে প্ৰয়োজনীয় নথিপত্ৰৰ Self-attested (স্ব-স্বাক্ষৰিত) কপি সংলগ্ন কৰি পঞ্চায়ত বা ৱৰ্ড অফিচত জমা দিয়ক। জমা দিয়াৰ পিছত Acknowledgement Receipt (ৰচিদ) খন ল’বলৈ নাপাহৰিব।

৪/ অফিচিয়েল ডাটা এণ্ট্ৰী আৰু ডিটিএলচি প্ৰক্ৰিয়া

আপুনি ফৰ্ম জমা দিয়াৰ পিছত, চৰকাৰী কৰ্মচাৰীসকলে অফিচিয়েল ইন্ট্ৰানেট প’ৰ্টেলৰ জৰিয়তে ডাটা ডিজিটেল ৰূপত আপলোড কৰে। ইয়াৰ পিছত District Level Monitoring Committee (DLMC) এ যাৱতীয় beneficiary verification কৰাৰ পিছতহে চূড়ান্ত অনুমোদন দিয়ে।

Orunodoi Beneficiary Verification Process 2026

অৰুণোদয় ৩.০-ৰ বাবে ফৰ্ম জমা দিয়াৰ পিছত স্থানীয় Gaon Panchayat, ULB Office আৰু District Level Verification Team-এ আবেদনকাৰীৰ তথ্য পৰীক্ষা কৰে। সকলো নথি সঠিক পোৱা গ’লে চৰকাৰৰ চূড়ান্ত হিতাধিকাৰী তালিকাত নাম অন্তৰ্ভুক্ত কৰা হয়।

বৰ্তমান সকলো জিলাৰ সম্পূৰ্ণ Beneficiary List সদায় publicly available নাথাকিবও পাৰে। বহু ক্ষেত্ৰত স্থানীয় Panchayat Office, Block Office বা চৰকাৰী verification camp-ৰ জৰিয়তে তথ্য জনোৱা হয়।

আবেদনকাৰীসকলে নিজৰ মোবাইল নম্বৰ সক্ৰিয় ৰাখিব লাগে আৰু স্থানীয় চৰকাৰী জাননী লক্ষ্য কৰি থাকিব লাগে।

How to Check Orunodoi Payment Status

যদি আপুনি ইতিমধ্যে হিতাধিকাৰী হয় আৰু মাহেকীয়া ₹১,২৫০ টকা লাভ কৰি আছে, তেন্তে orunodoi payment status আৰু orunodoi status check কৰিবলৈ PFMS প’ৰ্টেল ব্যৱহাৰ কৰিব পাৰে:

  • চৰকাৰী বিত্তীয় লেনদেন ট্ৰেক কৰিবলৈ pfms.nic.in প’ৰ্টেললৈ যাওক।
  • “Know Your Payment” অপচনত ক্লিক কৰক।
  • আপোনাৰ অৰুণোদয় আঁচনিৰ সৈতে লিংক থকা বেংক একাউণ্ট নম্বৰ আৰু বেংকৰ নাম প্ৰবিষ্টি কৰক।
  • ম’বাইলত অহা OTP টাইপ কৰিলে চৰকাৰে পঠোৱা শেহতীয়া DBT ট্ৰান্সফাৰৰ সবিশেষ তথ্য দেখিবলৈ পাব।

Common Reasons for Rejection (আৱেদন নাকচ হোৱাৰ কাৰণ)

বহু ক্ষেত্ৰত আৱেদন বাতিল বা পইচা অহা বন্ধ হৈ যোৱাৰ মূল কাৰণসমূহ তলত দিয়া ধৰণৰ:

  • Aadhaar Seeding Failure: বেংক একাউণ্টৰ সৈতে আধাৰ কাৰ্ড লিংক বা aadhaar seeding হৈ নাথাকিলে DBT পইচা একাউণ্টত নোসোমায়।
  • Ration Card Mismatch: ৰেচন কাৰ্ডখন নিষ্ক্ৰিয় (Inactive) হৈ থাকিলে বা ration card verification প্ৰক্ৰিয়াত তথ্য ভুল ওলালে আৱেদন নাকচ হয়।
  • Bank Account Details Wrong: ফৰ্মত একাউণ্ট নম্বৰ বা IFSC Code ভুলকৈ লিখিলে টকা ট্ৰান্সফাৰ ফেইল হয়।

Official Website and Important Links

কাৰ্য (Action)অফিচিয়েল উৎস (Official Source)
Nodal Department PortalAssam Finance Department
Payment Tracking PortalPFMS Official Site

FAQ (সঘনাই সোধা প্ৰশ্নসমূহ)

১. Orunodoi 3.0 ফৰ্ম ক’ত পোৱা যাব?

উত্তৰ: এই ফৰ্ম আপোনাৰ স্থানীয় গাঁও পঞ্চায়ত (GP) কাৰ্যালয় বা পৌৰসভাৰ ৱৰ্ড কাৰ্যালয়ত সম্পূৰ্ণ বিনামূলীয়াভাৱে পোৱা যায়।

২. ৰেচন কাৰ্ড নোহোৱাকৈ অৰুণোদয় ৩.০-ত আৱেদন কৰিব পাৰিবনে?

উত্তৰ: নোৱাৰিব। বৰ্তমানৰ চৰকাৰী নিয়ম অনুসৰি, অৰুণোদয় ৩.০-ৰ আৱেদনৰ বাবে NFSA ৰেচন কাৰ্ড থকাটো বাধ্যতামূলক কৰা হৈছে।

৩. আৱেদন কৰাৰ পিছত ভেৰিফিকেচন হ’বলৈ কত দিন সময় লাগে?

উত্তৰ: ফৰ্ম জমা দিয়াৰ পিছত লোকেল ফিল্ড ভেৰিফিকেচন আৰু DLMC কমিটিৰ চূড়ান্ত তালিকা প্ৰস্তুত হ’বলৈ সাধাৰণতে ৩০ ৰ পৰা ৪৫ দিন পৰ্যন্ত সময় লাগিব পাৰে।

৪. বেংক একাউণ্ট মিচমেচ (Bank Mismatch) হ’লে কি কৰিব লাগিব?

উত্তৰ: যদি আপোনাৰ একাউণ্ট নম্বৰ বা IFSC Code ভুল হৈছে, তেন্তে নতুন পাছবুকৰ কপী লৈ নিজৰ গাঁও পঞ্চায়ত বা স্থানীয় ব্লক অফিচত (Block Development Office) যোগাযোগ কৰি তথ্য আপডেট কৰাব লাগিব।

বহু আবেদনকাৰীয়ে Aadhaar আৰু Bank Account mismatch-ৰ বাবে payment সমস্যা সম্মুখীন হয়

অস্বীকাৰোক্তি (Disclaimer): এই ৱেবছাইটত আমি সকলো চৰকাৰী আৰু ব্যক্তিগত চাকৰিৰ সম্পূৰ্ণ তথ্য সঠিকভাৱে যোগান ধৰিবলৈ চেষ্টা কৰোঁ। যিকোনো গুৰুত্বপূৰ্ণ আপডেট আৰু চাকৰিৰ খবৰ যাতে আপোনাৰ পৰা মিছ নহয়, তাৰ বাবে আমাৰ WhatsApp আৰু Telegram চেনেলত এতিয়াই সংযোগ কৰক:

Leave a Comment