GMC Recruitment 2026: গুৱাহাটী পৌৰ নিগমত নতুন নিযুক্তি; জানক আবেদনৰ সবিশেষ তথ্য।

GMC Guwahati Recruitment 2026 Notification for ESNO and PEO

অসম বাতৰি (কেৰিয়াৰ): গুৱাহাটী পৌৰ নিগমে (GMC) CITIIS 2.0 Programme-ৰ অধীনত মিছন ম’ডত কাম কৰিবলৈ ঠিকাভিত্তিক পদত নিযুক্তিৰ বাবে এক জাননী জাৰি কৰিছে। এই নিযুক্তিৰ জৰিয়তে পৰিৱেশ আৰু সামাজিক সুৰক্ষা ন’ডেল অফিচাৰ আৰু ৰাজহুৱা সংযোগ বিষয়াৰ পদসমূহ পূৰণ কৰা হ’ব। পদৰ সবিশেষ (Vacancy Overview) বিভাগ নিযুক্তিৰ ধৰণ প্ৰগ্ৰেমৰ নাম গুৱাহাটী পৌৰ নিগম (GMC) ঠিকাভিত্তিক (Contractual) … Read more