যোৰহাটত মুখ্যমন্ত্ৰীৰ মেগা উপহাৰ: ৪৫ কোটি টকাৰ শিক্ষা আৰু স্বাস্থ্য প্ৰকল্পৰ উদ্বোধন; অসম মহিলা বিশ্ববিদ্যালয়ৰ পালে নতুন ৰূপ!
অসম বাতৰি (যোৰহাট): অসমৰ শিক্ষা আন্তঃগাঁথনি শক্তিশালী কৰাৰ লক্ষ্যৰে ৰাজ্য চৰকাৰে হাতত লৈছে এক বৃহৎ পদক্ষেপ। ২৫ ফেব্ৰুৱাৰীত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই যোৰহাট ভ্ৰমণ কৰি কেইবাটাও অভিলাষী প্ৰকল্পৰ শুভ উদ্বোধন কৰে। “সুৰক্ষিত ভৱিষ্যৎ গঢ়াৰ পদক্ষেপ” শ্লোগানেৰে আয়োজিত এই অনুষ্ঠানত যোৰহাটৰ শিক্ষা আৰু স্বাস্থ্য খণ্ডৰ বাবে কেইবা কোটি টকাৰ আঁচনিৰ ঘোষণা কৰা হয়। মুখ্য আকৰ্ষণ: … Read more