Assam Teacher Leave Rules 2026: শিক্ষকসকলৰ বাবে সুখবৰ! চৰকাৰে সলনি কৰিলে ছুটীৰ নিয়ম; এতিয়াৰে পৰা পাব ১৫ দিনৰ Earned Leave!
অসম বাতৰি (দিছপুৰ): অসম চৰকাৰৰ বিত্ত বিভাগে (Finance Department) স্কুলীয়া শিক্ষা বিভাগৰ অধীনত কৰ্মৰত শিক্ষকসকলৰ বাবে এক ঐতিহাসিক সিদ্ধান্ত গ্ৰহণ কৰিছে। ৰাজ্যপালে ভাৰতীয় সংবিধানৰ ৩০৯ অনুচ্ছেদৰ ক্ষমতা প্ৰয়োগ কৰি “Assam Leave (Amendment) Rules, 2026” জাৰি কৰিছে। এই নতুন নিয়মৰ ফলত এতিয়াৰে পৰা শিক্ষকসকলে প্ৰতি বছৰে ১৫ দিনৰ বিশেষ অৰ্জিত ছুটী (Earned Leave) লাভ কৰিব। নতুন … Read more