কেন্দ্ৰীয় চৰকাৰৰ কইৰ ব’ৰ্ডত নিযুক্তি! ডাইৰেক্টৰ পদৰ বাবে বিষয়া পৰ্যায়ৰ প্ৰাৰ্থীৰ পৰা আবেদন আহ্বান

নমস্কাৰ বন্ধুসকল! আপোনালোকৰ বাবে আজি এক উচ্চবৰ্গৰ চৰকাৰী চাকৰিৰ খবৰ লৈ আহিছোঁ। ভাৰত চৰকাৰৰ কইৰ ব’ৰ্ডে (Coir Board) ইয়াৰ গৱেষণা আৰু প্ৰশিক্ষণ শাখাৰ বাবে এজন অভিজ্ঞ ডাইৰেক্টৰ (Director – RDTE) নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছে। ​এই নিযুক্তি প্ৰক্ৰিয়াটো ‘ডেপুটেশ্যন’ (Deputation) ভিত্তিত হ’ব। নিৰ্বাচিত প্ৰাৰ্থীগৰাকীয়ে কেৰালাৰ আলাপ্পুঝাত অৱস্থিত কেন্দ্ৰীয় কইৰ গৱেষণা প্ৰতিষ্ঠানত সেৱা আগবঢ়াব লাগিব। ​যোগ্যতা … Read more