APSC CCE 2024 Revised Results Out: এপিএছচি চিচিই ২০২৪-ৰ সংশোধিত ফলাফল ঘোষণা; মিবৰ ৰঞ্জন ডেকা আৰু ভাস্কৰ জ্যোতি মেধিৰ কৃতিত্ব!

APSC CCE 2024 Result

অসম বাতৰি (ৰিজাল্ট): অসম লোকসেৱা আয়োগে (APSC) আজি অৰ্থাৎ ১৭ ফেব্ৰুৱাৰী ২০২৬ তাৰিখে যুটীয়া প্ৰতিযোগিতামূলক পৰীক্ষা (CCE) ২০২৪-ৰ সংশোধিত তথা চূড়ান্ত ফলাফল ঘোষণা কৰিছে। উল্লেখযোগ্য যে যোৱা ১৬ ফেব্ৰুৱাৰীত প্ৰকাশ পোৱা ফলাফলটো কাৰিকৰী বিজুতিৰ বাবে বাতিল কৰাৰ পিছত, চৰকাৰৰ নতুন সংৰক্ষণ নীতি (মৰাণ আৰু মটক জনগোষ্ঠীৰ বাবে) অন্তৰ্ভুক্ত কৰি আজি পুনৰ নতুন তালিকা প্ৰকাশ কৰা … Read more