Mukhya Mantri Atmanirbhar Asom Abhiyan 2.0: কামৰূপৰ ৫,৫৭২ গৰাকী যুৱক-যুৱতীলৈ ৫৬ কোটি টকাৰ সাহায্য; কাইলৈ গুৱাহাটীত মুখ্যমন্ত্ৰীয়ে বিতৰণ কৰিব প্ৰথম কিস্তি।
অসম বাতৰি (গুৱাহাটী): অসমৰ নিবনুৱা সমস্যা দূৰ কৰি যুৱক-যুৱতীসকলক স্বাৱলম্বী কৰাৰ লক্ষ্যৰে আৰম্ভ কৰা ‘মুখ্যমন্ত্ৰী স্বাৱলম্বী অসম অভিযান ২.০’ (CMAAA 2.0) ৰ এক গুৰুত্বপূৰ্ণ কাৰ্যসূচী কাইলৈ অনুষ্ঠিত হ’ব। ৭ ফেব্ৰুৱাৰী ২০২৬ তাৰিখে গুৱাহাটীৰ কাহিলিপাৰাস্থিত জ্যোতি চিত্ৰবনত আয়োজন কৰা এই অনুষ্ঠানত মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শৰ্মাই কামৰূপ আৰু কামৰূপ মহানগৰ জিলাৰ ৫,৫৭২ গৰাকী হিতাধিকাৰীক প্ৰথম কিস্তিৰ … Read more