চৰকাৰী চাকৰিৰ নামত টকা বিচাৰিছে নেকি? সাৱধান! এতিয়াই এইকেইটা নম্বৰত কৰক অভিযোগ; নাম গোপন ৰখা হ’ব!
অসম বাতৰি (গুৱাহাটী): অসম চৰকাৰে চৰকাৰী নিযুক্তি প্ৰক্ৰিয়া দুৰ্নীতিমুক্ত আৰু স্বচ্ছ কৰিবলৈ শূন্য সহনশীলতা (Zero Tolerance) নীতি গ্ৰহণ কৰিছে। যদি কোনো চৰকাৰী বিষয়া বা দালালে চাকৰি দিয়াৰ নামত আপোনাৰ পৰা অবৈধ ধন বা উপহাৰ দাবী কৰে, তেন্তে আপুনি পোনপটীয়াকৈ অসম দুৰ্নীতি নিবাৰক সঞ্চালকালয়ৰ (Directorate of Vigilance and Anti-Corruption) ওচৰত অভিযোগ দাখিল কৰিব পাৰে। অভিযোগ কৰিবলৈ … Read more