HS English Book Assam: উচ্চতৰ মাধ্যমিকৰ শিক্ষাৰ্থীৰ বাবে নতুন ইংৰাজী পাঠ্যপুথি আৰু শৈক্ষিক নিৰ্দেশনা
অসমৰ উচ্চতৰ মাধ্যমিকৰ শিক্ষাৰ্থীসকলৰ বাবে এক অতি গুৰুত্বপূৰ্ণ খবৰ আহি পৰিছে। অসম ৰাজ্যিক স্কুল শিক্ষা বোৰ্ড (Assam State School Education Board – ASSEB) এ ২০২৬-২৭ শৈক্ষিক বৰ্ষৰ বাবে আনুষ্ঠানিকভাৱে একাডেমিক কেলেণ্ডাৰ আৰু পাঠ্যপুথিৰ তালিকা মুকলি কৰিছে। বিশেষকৈ HS English book assam-ক লৈ শিক্ষাৰ্থী আৰু অভিভাৱকৰ মাজত থকা কৌতুহল দূৰ কৰি বোৰ্ডে একাদশ আৰু দ্বাদশ শ্ৰেণীৰ …