Assam Apex Bank Assistant Recruitment 2026: এপেক্স বেংকত ১৫০টা এছিষ্টেণ্ট পদত নিযুক্তি; কেনেকৈ আবেদন কৰিব জানক!
অসম কেৰিয়াৰ (গুৱাহাটী): অসম কো-অপাৰেটিভ এপেক্স বেংক লিমিটেডে (ACAB) নিজৰ কৰ্মশক্তি শক্তিশালী কৰাৰ লক্ষ্যৰে এছিষ্টেণ্ট (Assistant) পদত নিযুক্তিৰ বাবে অনলাইন আবেদন আহ্বান কৰিছে। মুঠ ১৫০টা খালী পদৰ বাবে এই নিযুক্তি প্ৰক্ৰিয়া আৰম্ভ হ’বলৈ গৈ আছে। আগ্ৰহী প্ৰাৰ্থীসকলে অহা ২০ মাৰ্চৰ পৰা অনলাইন যোগে আবেদন কৰিব পাৰিব। পদৰ সবিশেষ (Job Details) বিৱৰণ (Details) তথ্যাৱলী (Information) পদৰ … Read more