HPCL Recruitment 2026: হিন্দুস্তান পেট্ৰ’লিয়াম (HPCL)-ত নিযুক্তি; স্নাতক অভিযন্তা সকলৰ বাবে সুযোগ, মাহিলী ২৫,০০০ টকা ষ্টাইপেন্ড!

​অসম বাতৰি (কেৰিয়াৰ): হিন্দুস্তান পেট্ৰ’লিয়াম কৰ্পোৰেচন লিমিটেড (HPCL)-এ ২০২৬ চনৰ বাবে স্নাতক এপ্ৰেন্টিচ ট্ৰেইনী (Graduate Apprentice Trainees) পদত নিযুক্তিৰ বাবে অনলাইন আবেদন আহ্বান কৰিছে। চিভিল, মেকানিকেল, ইলেক্ট্ৰিকেল আৰু ইনষ্ট্ৰুমেণ্টেচন ইঞ্জিনীয়াৰিং শাখাৰ স্নাতক সকলে এই পদৰ বাবে আবেদন কৰিব পাৰিব। ​পদৰ সবিশেষ (Vacancy Overview) সংগঠনৰ নাম হিন্দুস্তান পেট্ৰ’লিয়াম কৰ্পোৰেচন লিমিটেড (HPCL) পদৰ নাম Graduate Apprentice Trainee … Read more

AUIDFCL Recruitment 2026: অসম চহৰ আন্তঃগাঁথনি উন্নয়ন আৰু বিত্ত নিগম গুৱাহাটীত নিযুক্তি; মেনেজাৰ (চিভিল) পদৰ বাবে প্ৰত্যক্ষ সাক্ষাৎকাৰ!

​অসম বাতৰি (কেৰিয়াৰ): অসম চৰকাৰৰ অধীনস্থ Assam Urban Infrastructure Development and Finance Corporation Ltd (AUIDFCL)-এ মেনেজাৰ-চিভিল (Manager-Civil) পদত নিযুক্তিৰ বাবে এক বিজ্ঞাপন প্ৰকাশ কৰিছে। এই নিযুক্তি AUSDP-ৰ PMU গোটৰ বাবে কৰা হ’ব। আগ্ৰহী আৰু যোগ্য প্ৰাৰ্থীসকলক অহা ২৭ ফেব্ৰুৱাৰীত অনুষ্ঠিত হ’বলগীয়া প্ৰত্যক্ষ সাক্ষাৎকাৰত (Walk-in Interview) উপস্থিত থাকিবলৈ আহ্বান জনোৱা হৈছে। ​পদৰ সবিশেষ (Vacancy Overview) সংগঠনৰ … Read more

Science City Guwahati Recruitment 2026: চায়েন্স চিটি গুৱাহাটীত নিযুক্তি; ইলেক্ট্ৰনিক্স মেকানিক পদৰ বাবে সাক্ষাৎকাৰ, মাহিলী দৰমহা ১৫,০০০ টকা!

​অসম বাতৰি (কেৰিয়াৰ): গুৱাহাটীৰ সোণাপুৰস্থিত চায়েন্স চিটি (Science City, Guwahati) কমপ্লেক্সৰ বাবে সম্পূৰ্ণ অস্থায়ীভিত্তিত এজন ইলেক্ট্ৰনিক্স মেকানিক (Electronics Mechanic) নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ পাইছে। এই পদটো ১১ মাহৰ চুক্তিৰ ভিত্তিত পূৰণ কৰা হ’ব। আগ্ৰহী প্ৰাৰ্থীসকলে প্ৰত্যক্ষ সাক্ষাৎকাৰত (Walk-in Interview) অংশগ্ৰহণ কৰিব পাৰিব। ​পদৰ সবিশেষ (Vacancy Overview) পদৰ নাম Electronics Mechanic মুঠ পদ ০১ টা সময়সীমা … Read more

NESTS ESSE-2025 Result Update: পৰীক্ষাৰ ফলাফলক লৈ অসন্তুষ্ট নেকি? ওমআৰ (OMR) আৰু কেলকুলেচন শ্বীট পাবলৈ আবেদন কৰক; জানক সম্পূৰ্ণ প্ৰক্ৰিয়া।

NESTS ESSE-2025 Result Update

অসম বাতৰি (শিক্ষা): নেচনেল এডুকেচন ছ’চাইটি ফৰ ট্ৰাইবেল ষ্টুডেণ্টছে (NESTS) অনুষ্ঠিত কৰা ESSE-2025 Tier-I পৰীক্ষাৰ ফলাফলক লৈ এক গুৰুত্বপূৰ্ণ জাননী প্ৰকাশ পাইছে। যিসকল প্ৰাৰ্থীয়ে তেওঁলোকৰ লাভ কৰা নম্বৰক লৈ সন্তুষ্ট নহয় বা উত্তৰ বহী পুনৰীক্ষণ কৰিব বিচাৰে, তেওঁলোকৰ বাবে চিবিএছই (CBSE)-এ নিজৰ কেলকুলেচন শ্বীট আৰু অ’এমআৰ (OMR) শ্বীটৰ কপি লাভ কৰাৰ সুযোগ দিছে। পুনৰীক্ষণৰ বাবে … Read more

APSC JE Civil Exam Date 2026: এপিএছচি কনিষ্ঠ অভিযন্তা (অসামৰিক) পদৰ পৰীক্ষাৰ দিন ঘোষণা; জানক কেতিয়াৰ পৰা পাব এডমিট কাৰ্ড।

PSC JE Civil Exam Date 2026

অসম বাতৰি (কেৰিয়াৰ): অসম লোকসেৱা আয়োগে (APSC) মীন বিভাগৰ (Fishery Department) অধীনত খালী থকা কনিষ্ঠ অভিযন্তা (Junior Engineer – Civil) পদৰ নিযুক্তিৰ বাবে স্ক্ৰীনিং টেষ্টৰ (OMR Based) দিন ঘোষণা কৰিছে। এই পৰীক্ষা অহা ৮ মাৰ্চত অনুষ্ঠিত হ’ব। আয়োগে ইতিমধ্যে পৰীক্ষাৰ সম্পূৰ্ণ সময়সূচী অফিচিয়েল ৱেবছাইটত প্ৰকাশ কৰিছে। পৰীক্ষাৰ সময়সূচী (Exam Schedule) পদৰ নাম পৰীক্ষাৰ তাৰিখ বিষয় … Read more

Dhemaji Recruitment 2026: ধেমাজি সৰ্বগ্ৰাম সেৱা সংঘত নিযুক্তি; কেচ ৱৰ্কাৰ পদৰ বাবে সোনকালে আবেদন কৰক!

Dhemaji Recruitment 2026: Apply for Case Worker Vacancy

অসম বাতৰি (কেৰিয়াৰ): ধেমাজি জিলাৰ সৰ্বগ্ৰাম সেৱা সংঘৰ অধীনস্থ শিশু যত্ন প্ৰতিষ্ঠানত (Child Care Institution) কেচ ৱৰ্কাৰ (Case Worker) পদত নিযুক্তিৰ বাবে এক বিজ্ঞাপন প্ৰকাশ পাইছে। কেন্দ্ৰীয় চৰকাৰৰ Mission Vatsalya আঁচনিৰ অধীনত এই নিযুক্তি সম্পূৰ্ণ ঠিকাভিত্তিক (Contractual) হিচাপে কৰা হ’ব। ইচ্ছুক আৰু যোগ্য প্ৰাৰ্থীসকলক নিৰ্ধাৰিত তাৰিখৰ ভিতৰত আবেদন জনাবলৈ আহ্বান জনোৱা হৈছে। পদৰ সবিশেষ (Vacancy … Read more

SBI Vehicle Auction 2026: ষ্টেট বেংকৰ সৰুপথাৰ শাখাৰ দ্বাৰা বাহন নিলাম; ৯ লাখ টকাত পাব মাৰুটি ভিটাৰা ব্ৰেজা!

SBI Sarupathar Vehicle Auction 2026

অসম বাতৰি (প্ৰয়োজনীয় তথ্য): আপুনি কম দামত গাড়ী কিনিব বিচাৰে নেকি? তেন্তে আপোনাৰ বাবে এক সুবৰ্ণ সুযোগ আহি পৰিছে। ষ্টেট বেংক অৱ ইণ্ডিয়া (SBI), সৰুপথাৰ শাখাই এটা ঋণ পৰিশোধ নকৰাৰ বাবে জব্দ কৰা এখন Maruti Vitara Brezza গাড়ী ৰাজহুৱা নিলামৰ বাবে জাননী জাৰি কৰিছে। গাড়ীৰ সবিশেষ তথ্য (Vehicle Details) নিলাম হ’বলগীয়া বাহনখনৰ সকলো কাৰিকৰী তথ্য … Read more

APSC CCE 2024 Revised Results Out: এপিএছচি চিচিই ২০২৪-ৰ সংশোধিত ফলাফল ঘোষণা; মিবৰ ৰঞ্জন ডেকা আৰু ভাস্কৰ জ্যোতি মেধিৰ কৃতিত্ব!

APSC CCE 2024 Result

অসম বাতৰি (ৰিজাল্ট): অসম লোকসেৱা আয়োগে (APSC) আজি অৰ্থাৎ ১৭ ফেব্ৰুৱাৰী ২০২৬ তাৰিখে যুটীয়া প্ৰতিযোগিতামূলক পৰীক্ষা (CCE) ২০২৪-ৰ সংশোধিত তথা চূড়ান্ত ফলাফল ঘোষণা কৰিছে। উল্লেখযোগ্য যে যোৱা ১৬ ফেব্ৰুৱাৰীত প্ৰকাশ পোৱা ফলাফলটো কাৰিকৰী বিজুতিৰ বাবে বাতিল কৰাৰ পিছত, চৰকাৰৰ নতুন সংৰক্ষণ নীতি (মৰাণ আৰু মটক জনগোষ্ঠীৰ বাবে) অন্তৰ্ভুক্ত কৰি আজি পুনৰ নতুন তালিকা প্ৰকাশ কৰা … Read more

Junior Technical School Sivasagar Admission 2026: অষ্টম শ্ৰেণী পাছ কৰাসকলৰ বাবে কাৰিকৰী শিক্ষাৰ সুযোগ; মেট্ৰিকৰ সমমৰ্যাদাৰ লগতে আইটিআৰ (ITI) সুবিধা!

​অসম বাতৰি (শিক্ষা): শিৱসাগৰস্থিত জুনিয়ৰ টেকনিকেল স্কুলে ২০২৬-২৭ শিক্ষাবৰ্ষৰ বাবে ৩ বছৰীয়া বিশেষ কাৰিকৰী পাঠ্যক্ৰমত নামভৰ্তিৰ জাননী প্ৰকাশ কৰিছে। যিসকল ছাত্ৰ-ছাত্ৰীয়ে অষ্টম শ্ৰেণী পাছ কৰাৰ পিছত কাৰিকৰী শিক্ষা লৈ স্বাৱলম্বী হ’ব বিচাৰে, তেওঁলোকৰ বাবে এইটো এক বিশেষ সুযোগ। এই পাঠ্যক্ৰমৰ আটাইতকৈ ডাঙৰ বিশেষত্ব হ’ল যে ইয়াৰ চাৰ্টিফিকেট মেট্ৰিক (HSLC) আৰু আইটিআৰ (ITI) সমপৰ্যায়ৰ। ​নামভৰ্তিৰ চমু … Read more

DEE Assam Merit List 2026: LP UP শিক্ষক নিযুক্তিৰ প্ৰথম প্ৰভিজনেল মেৰিট লিষ্ট প্ৰকাশ, ইয়াত চেক কৰক নিজৰ নাম

​DEE Assam LP UP Merit List 2026: প্ৰাথমিক শিক্ষা সঞ্চালকালয় (DEE), অসমে নিম্ন প্ৰাথমিক (LP) আৰু উচ্চ প্ৰাথমিক (UP) শিক্ষক পদৰ বাবে বহু প্ৰত্যাশিত Provisional Merit List আজি ১৯ ফেব্ৰুৱাৰী ২০২৬ তাৰিখে মুকলি কৰিছে। যিসকল প্ৰাৰ্থীয়ে এই নিযুক্তি প্ৰক্ৰিয়াৰ বাবে আবেদন কৰিছিল, তেওঁলোকে এতিয়া বিভাগীয় ৱেবছাইটত জিলাভিত্তিত কাট-অফ মাৰ্ক আৰু মেৰিট লিষ্ট পৰীক্ষা কৰিব পাৰিব। … Read more