অসম বাতৰি (কেৰিয়াৰ): কোকৰাঝাৰ জিলা আয়ুক্তৰ কাৰ্যালয়ে (District Commissioner Kokrajhar) জিলা FRA চেলৰ অধীনত খালী হোৱা কেইবাটাও পদৰ বাবে বিজ্ঞাপন জাৰি কৰিছে। এই পদসমূহ সম্পূৰ্ণ ঠিকাভিত্তিক (Contractual) আৰু প্ৰাৰম্ভিক পৰ্যায়ত ১১ মাহৰ বাবে নিযুক্তি দিয়া হ’ব।
খালী পদৰ বিৱৰণ
Coordinator (FRA)
- সংখ্যা: ১ টা পদ।
- দৰমহা: মাহে ৩৫,০০০ টকা।
- যোগ্যতা: Social Science বা Social Work-ত স্নাতকোত্তৰ (Master Degree) আৰু ৫ বছৰৰ অভিজ্ঞতা থাকিব লাগিব।
MIS/ Programme Associate FRA
- সংখ্যা: ১ টা পদ।
- দৰমহা: মাহে ২৫,০০০ টকা।
- যোগ্যতা: Statistics/ Mathematics/ Economics বা Social Science-ত স্নাতক (Bachelor Degree) আৰু ২ বছৰৰ অভিজ্ঞতা থাকিব লাগিব।
আবেদনৰ চৰ্ত আৰু সময়সীমা
- বয়সৰ সীমা: সৰ্বাধিক ৩৫ বছৰ।
- আবেদনৰ অন্তিম তাৰিখ: ২২ জানুৱাৰী, ২০২৬ (দুপৰীয়া ৫ বজাৰ ভিতৰত)।
- আবেদনৰ পদ্ধতি: অফলাইন (Offline)।
- প্ৰাৰ্থীয়ে নিজৰ আবেদন পত্ৰ প্ৰয়োজনীয় নথি-পত্ৰৰ সৈতে কোকৰাঝাৰ জিলা আয়ুক্তৰ কাৰ্যালয়ত জমা দিব লাগিব।
ওপৰত উল্লেখ কৰা তথ্য খিনি তলৰ button ত click কৰি download কৰি নিজে পঢ়ি চাব পাৰিব।
Download Kokrajhar Recruitment 2026 PDF
অস্বীকাৰোক্তি (Disclaimer): এই ৱেবছাইটত আমি সকলো চৰকাৰী আৰু ব্যক্তিগত চাকৰিৰ সম্পূৰ্ণ তথ্য সঠিকভাৱে যোগান ধৰিবলৈ চেষ্টা কৰোঁ। যিকোনো গুৰুত্বপূৰ্ণ আপডেট আৰু চাকৰিৰ খবৰ যাতে আপোনাৰ পৰা মিছ নহয়, তাৰ বাবে আমাৰ WhatsApp আৰু Telegram চেনেলত এতিয়াই সংযোগ কৰক:
🚨 Latest Govt Jobs 2026 – Apply Before Last Date!
Railway, Bank, SSC & 10th Pass Jobs Available
👉 Check All Jobs Now