গৌৰৱোজ্জ্বল ২ বছৰ! কাজিৰঙাত এটাও গঁড় চিকাৰ হোৱা নাই; অসম চৰকাৰৰ এক বৃহৎ সাফল্য।

⚠️ Latest Movie Links & Series Updates

Limited Time – Join Before Link Removed!

🔥 Join Now

অসম বাতৰি: কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানৰ বাবে এক অতি আনন্দৰ খবৰ। ৰাজ্য চৰকাৰৰ কঠোৰ পদক্ষেপ আৰু বন বিভাগৰ নিৰন্তৰ নিৰীক্ষণৰ ফলত যোৱা ২ বছৰ অৰ্থাৎ ৭৩০ দিনত কাজিৰঙাত এটাও গঁড় চিকাৰ হোৱা নাই।মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মাই সামাজিক মাধ্যমৰ জৰিয়তে এই সাফল্যৰ কথা প্ৰকাশ কৰি কয় যে য’ত ইচ্ছা থাকে তাতেই পথ থাক। কাজিৰঙাৰ গৌৰৱ এশিঙিয়া গঁড়ক সুৰক্ষিত কৰি ৰাখিবলৈ চৰকাৰে সকলো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিছে। এইয়া কেৱল চৰকাৰৰেই নহয়, সমগ্ৰ অসমবাসীৰ বাবে এক ডাঙৰ গৌৰৱৰ বিষয়। তলত আপুনি গুৰুত্বপূৰ্ণ খৰব পঢ়িব পাৰিব।

অস্বীকাৰোক্তি (Disclaimer): এই ৱেবছাইটত আমি সকলো চৰকাৰী আৰু ব্যক্তিগত চাকৰিৰ সম্পূৰ্ণ তথ্য সঠিকভাৱে যোগান ধৰিবলৈ চেষ্টা কৰোঁ। যিকোনো গুৰুত্বপূৰ্ণ আপডেট আৰু চাকৰিৰ খবৰ যাতে আপোনাৰ পৰা মিছ নহয়, তাৰ বাবে আমাৰ WhatsApp আৰু Telegram চেনেলত এতিয়াই সংযোগ কৰক:

🚨 Latest Govt Jobs 2026 – Apply Before Last Date!

Railway, Bank, SSC & 10th Pass Jobs Available

👉 Check All Jobs Now

Leave a Comment