অসম বাতৰি (শিক্ষা সংবাদ): ২০২৬ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষাৰ (HSLC) বাবে ছেবাই (SEBA) এক নতুন নিৰ্দেশনা জাৰি কৰিছে। এতিয়াৰে পৰা বিদ্যালয়সমূহে নিজৰ ছাত্ৰ-ছাত্ৰীসকলৰ ইন্টাৰনেল এছেছমেণ্টৰ (Internal Assessment) নম্বৰসমূহ অনলাইন প’ৰ্টেলৰ জৰিয়তে আপলোড কৰিব লাগিব।
নম্বৰ এন্ট্ৰিৰ বাবে প্ৰয়োজনীয় পদক্ষেপসমূহ (Steps):
- প’ৰ্টেল ভিজিট: বিদ্যালয়ৰ কৰ্তৃপক্ষই প্রথমে SEBAONLINE.ORG ৱেবছাইটলৈ যাব লাগিব।
- লগ-ইন: স্কুল ক’ড (School Code) আৰু পাছৱৰ্ড ব্যৱহাৰ কৰি লগ-ইন কৰিব লাগিব।
- মোবাইল ভেৰিফিকেচন: প্ৰতিষ্ঠানৰ মুৰব্বীৰ (Head of Institution) মোবাইল নম্বৰত এটা OTP পঠিওৱা হ’ব, যাৰ সহায়ত প’ৰ্টেলটো ভেৰিফাই কৰিব লাগিব।
- নম্বৰ আপলোড: ইংৰাজী, গণিত, সাধাৰণ বিজ্ঞান, সমাজ বিজ্ঞান আদি বিষয়ৰ বাবে সৰ্বাধিক ১০ নম্বৰৰ ভিতৰত প্ৰতিজন শিক্ষাৰ্থীৰ নম্বৰ এন্ট্ৰি কৰিব লাগিব।
- প্ৰিন্ট আউট: নম্বৰসমূহ ফাইনাল চাবমিট (Final Submit) কৰাৰ পিছত “IA MARKS FOIL” ডাউনলোড কৰি প্ৰিন্ট কৰিব লাগিব আৰু ইয়াৰ ক’পি চীল্ড এনভেলপত (Sealed Envelope) চেণ্টাৰ-ইন-চাৰ্জক জমা দিব লাগিব.
- 👉 ইয়াত ক্লিক কৰি অফিচিয়েল নিৰ্দেশনাটো ডাউনলোড কৰক (PDF)
- SEBA HSLC Practical Routine 2026: মেট্ৰিক পৰীক্ষাৰ প্ৰেক্টিকেলৰ দিন ঘোষণা! জানুৱাৰী মাহৰ পৰা আৰম্ভ হ’ব পৰীক্ষা।
গুৰুত্বপূৰ্ণ: যদি এই প্ৰক্ৰিয়া কৰোঁতে আপোনাৰ “Password” হেৰুৱাই তেন্তে চিন্তা কৰাৰ কোনো দৰকাৰ নাই। আপোনাৰ নিজৰ জিলাৰ Regional Office of ASSEB যোগাযোগ কৰি সংগ্ৰহ কৰিব পাৰিব।
অস্বীকাৰোক্তি (Disclaimer): এই ৱেবছাইটত আমি সকলো চৰকাৰী আৰু ব্যক্তিগত চাকৰিৰ সম্পূৰ্ণ তথ্য সঠিকভাৱে যোগান ধৰিবলৈ চেষ্টা কৰোঁ। যিকোনো গুৰুত্বপূৰ্ণ আপডেট আৰু চাকৰিৰ খবৰ যাতে আপোনাৰ পৰা মিছ নহয়, তাৰ বাবে আমাৰ WhatsApp আৰু Telegram চেনেলত এতিয়াই সংযোগ কৰক:
🚨 Latest Govt Jobs 2026 – Apply Before Last Date!
Railway, Bank, SSC & 10th Pass Jobs Available
👉 Check All Jobs Now