অসম বাতৰি (গুৱাহাটী): অসম ৰাজ্যিক স্কুল শিক্ষা বোৰ্ড (Assam State School Education Board) ৰ ফালৰ পৰা ২০২৬ বৰ্ষৰ হাইস্কুল শিক্ষান্ত পৰীক্ষা (HSLC) ৰ প্ৰেক্টিকেল পৰীক্ষাৰ সময়সূচী আনুষ্ঠানিকভাৱে ঘোষণা কৰা হৈছে. যিসকল ছাত্ৰ-ছাত্ৰীয়ে এইবাৰ মেট্ৰিক পৰীক্ষাত অৱতীৰ্ণ হ’ব, তেওঁলোকৰ বাবে এইয়া এক অত্যন্ত গুৰুত্বপূৰ্ণ খবৰ।
প্ৰেক্টিকেল পৰীক্ষাৰ সময়সূচী:
| Date & Day | Morning (9 am to 11 am) | Afternoon 1:30pm-3:30 pm) |
| January 28th , 2026 Wednesday | Computer Science (E), Music (E), Dance (E), Weaving & Textile Designi (E), Commerce (E). | Home Science (E), Fine Art (E). |
| January 29th 2026 Thursday | Garment Designing (E) Retail Trade NSQF (E) IT/ITeS NSQF (E) Private Security NSQF (E) Health Care NSQF (E) Agriculture & Horticulture NSQF (E) Tourism & Hospitality NSQF (E) Beauty & Wellness NSQF (E) Automotive NSQF (E) Electronics & Hardware NSQF (E) Agriculture Dairy Worker NSQF (E) | Wood Craft (E), Yoga & Physical Education (E) Apparel, Made-Ups & Home Furnishing NSQF(E) Artificial Intelligence & Robotics (E) |
- ২৮ জানুৱাৰী, ২০২৬ (বুধবাৰ): কম্পিউটাৰ চায়েঞ্চ, সংগীত, নৃত্য, বাণিজ্য ইত্যাদি।
- ২৯ জানুৱাৰী, ২০২৬ (বৃহস্পতিবাৰ): আইটি (IT/ITeS), হেল্থ কেয়াৰ, কৃষি, ৰিটেইল ট্ৰেড ইত্যাদি।
পৰীক্ষাৰ সময়: ৰাতিপুৱা ৯ বজাৰ পৰা ১১ বজালৈ আৰু দুপৰীয়া ১:৩০ বজাৰ পৰা ৩:৩০ বজালৈ অনুষ্ঠিত হ’ব।
মন কৰিবলগীয়া কথা: এই প্ৰেক্টিকেল পৰীক্ষাসমূহ কেৱল বোৰ্ডৰ পঞ্জীয়নভুক্ত বিদ্যালয়সমূহতহে অনুষ্ঠিত হ’ব. অধিক তথ্যৰ বাবে ছাত্ৰ-ছাত্ৰীসকলে নিজ নিজ বিদ্যালয়ৰ সৈতে যোগাযোগ কৰিব পাৰে।
মেট্ৰিক পৰীক্ষা ২০২৬ (প্ৰয়োজনীয় লিংকসমূহ):
পৰীক্ষাৰ পূৰ্বে এই গুৰুত্বপূৰ্ণ বিষয়সমূহ এবাৰ চকু ফুৰাই লওক:
- ✅ SEBA-ৰ নতুন নিৰ্দেশনাৱলী: মেট্ৰিক পৰীক্ষাৰ নতুন নিয়ম আৰু গাইডলাইনসমূহ জানক।
- ✅ OMR শ্বিট গাইড: ভুল নকৰাকৈ OMR শ্বিট পূৰণ কৰাৰ সঠিক পদ্ধতি।
- ✅ সাৱধানবাণী: পৰীক্ষা হলত কি কৰিলে বহিস্কাৰ হ’ব পাৰে? (Warning)
- ✅ Internal Assessment: স্কুলৰ আভ্যন্তৰীণ মূল্যায়ন আৰু নম্বৰ বিভাজন কেনেকৈ হ’ব?
অস্বীকাৰোক্তি (Disclaimer): এই ৱেবছাইটত আমি সকলো চৰকাৰী আৰু ব্যক্তিগত চাকৰিৰ সম্পূৰ্ণ তথ্য সঠিকভাৱে যোগান ধৰিবলৈ চেষ্টা কৰোঁ। যিকোনো গুৰুত্বপূৰ্ণ আপডেট আৰু চাকৰিৰ খবৰ যাতে আপোনাৰ পৰা মিছ নহয়, তাৰ বাবে আমাৰ WhatsApp আৰু Telegram চেনেলত এতিয়াই সংযোগ কৰক:
🚨 Latest Govt Jobs 2026 – Apply Before Last Date!
Railway, Bank, SSC & 10th Pass Jobs Available
👉 Check All Jobs Now