গুৰুত্বপূৰ্ণ প্ৰশ্নসমূহ (Important Questions):
দীঘলীয়া উত্তৰৰ প্ৰশ্ন (৫ নম্বৰ):
- ১/ পাঠটোৰ আধাৰত আইতাকৰ চৰিত্ৰ চিত্ৰণ কৰা। (Draw a character sketch of the grandmother.)
- ২/ লিখক আৰু আইতাকৰ মাজত বন্ধুত্ব কেনেকৈ ক্ৰমান্বয়ে সলনি হৈছিল? বিভিন্ন পৰ্যায়সমূহ আলোচনা কৰা।
- ৩/ আইতাক এজনী সুন্দৰী মহিলা আছিল নেকি? লিখকৰ বৰ্ণনা অনুসৰি তেওঁৰ মানসিক আৰু আধ্যাত্মিক সৌন্দৰ্যৰ ব্যাখ্যা কৰা।
চমু উত্তৰৰ প্ৰশ্ন (২/৩ নম্বৰ):
- ১/ আইতাকে লিখকক স্কুলৰ বাবে কেনেকৈ প্ৰস্তুত কৰি দিছিল?
- ২/ চহৰৰ শিক্ষাৰ কোনবোৰ কথা আইতাকৰ বাবে বিৰক্তিকৰ আছিল?
- ৩/ “The common link of friendship was snapped” – এই বাক্যশাৰীৰ অৰ্থ কি?
- ৪/ আইতাকৰ মৃত্যুৰ দিনা হোৱা অস্বাভাৱিক ঘটনাবোৰ কি আছিল?
- ৫/ ককাকৰ ফটোখনৰ পৰা তেওঁৰ চেহেৰাৰ বিষয়ে কি জানিব পাৰি?
অতি চমু প্ৰশ্ন (১ নম্বৰ):
- ১/ লিখক বিদেশলৈ কিমান বছৰৰ বাবে গৈছিল?
- ২/ আইতাকে চহৰত কাৰ লগত সময় পাৰ কৰিছিল?
- ৩/ লিখকে গাঁৱত পঢ়া স্কুলখন ক’ত অৱস্থিত আছিল?
অস্বীকাৰোক্তি (Disclaimer): এই ৱেবছাইটত আমি সকলো চৰকাৰী আৰু ব্যক্তিগত চাকৰিৰ সম্পূৰ্ণ তথ্য সঠিকভাৱে যোগান ধৰিবলৈ চেষ্টা কৰোঁ। যিকোনো গুৰুত্বপূৰ্ণ আপডেট আৰু চাকৰিৰ খবৰ যাতে আপোনাৰ পৰা মিছ নহয়, তাৰ বাবে আমাৰ WhatsApp আৰু Telegram চেনেলত এতিয়াই সংযোগ কৰক: