R.D. Senior Secondary School Digboi Recruitment 2026: ডিগবৈত শিক্ষক আৰু হোষ্টেল ৱাৰ্ডেনৰ নিযুক্তি; জানক কেনেকৈ আবেদন কৰিব।
অসম বাতৰি (কেৰিয়াৰ): তিনিচুকীয়া জিলাৰ ডিগবৈৰ লাচিত নগৰত অৱস্থিত অগ্ৰণী শিক্ষানুষ্ঠান R.D. Senior Secondary School-এ ২০২৬-২৭ শিক্ষাবৰ্ষৰ বাবে বিভিন্ন শৈক্ষিক আৰু প্ৰশাসনিক পদত নিযুক্তিৰ বাবে এক বিজ্ঞাপন প্ৰকাশ কৰিছে। ২,০০০ তকৈ অধিক ছাত্ৰ-ছাত্ৰী থকা এই স্কুলখনত কেৰিয়াৰ গঢ়িবলৈ ইচ্ছুক যোগ্য প্ৰাৰ্থীসকলৰ পৰা আবেদন আহ্বান কৰা হৈছে। পদ আৰু প্ৰয়োজনীয় অৰ্হতা (Vacancy Details) এই নিযুক্তিৰ জৰিয়তে … Read more