Jorhat Recruitment 2026: যোৰহাটত শিক্ষক আৰু পশু চিকিৎসকৰ জৰুৰী নিযুক্তি; পোনপটীয়াকৈ ফোন কৰি আবেদন কৰক!

Jorhat Recruitment 2026

অসম কেৰিয়াৰ (যোৰহাট): যোৰহাট জিলাৰ আটিলাগাঁও আৰু আন এক ব্যক্তিগত খণ্ডৰ ডেইৰী ফাৰ্মত কেইবাটাও গুৰুত্বপূৰ্ণ পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ পাইছে। যদি আপুনি যোৰহাটৰ ভিতৰতে এটা ভাল কাম বিচাৰি আছে, তেন্তে তলত দিয়া পদসমূহৰ বাবে যোগাযোগ কৰিব পাৰে। ব্যক্তিগত টিউটৰ আৰু তত্ত্বাৱধায়ক (Tutor & Caregiver) যোৰহাটৰ আটিলাগাঁৱত এগৰাকী ১০ বছৰীয়া ছোৱালীৰ বাবে এগৰাকী মহিলা শিক্ষক … Read more