Assam Rifles Public School Jorhat Recruitment 2026: যোৰহাট অসম ৰাইফলছ পাব্লিক স্কুলত শিক্ষক আৰু ক্লাৰ্কৰ নিযুক্তি; কেনেকৈ আবেদন কৰিব আৰু কেনে হ’ব বাছনি প্ৰক্ৰিয়া?

Assam Rifles Public School Jorhat Recruitment 2026

অসম কেৰিয়াৰ (যোৰহাট): অসমৰ শৈক্ষিক প্ৰাণকেন্দ্ৰ যোৰহাটৰ নেহৰু বিজ্ঞান কেন্দ্ৰৰ সমীপত অৱস্থিত মৰ্যাদাপূৰ্ণ অসম ৰাইফলছ পাব্লিক স্কুল (Assam Rifles Public School, Jorhat) কৰ্তৃপক্ষই ২০২৬-২৭ শৈক্ষিক বৰ্ষৰ বাবে এক নতুন নিযুক্তিৰ বিজ্ঞাপন জাৰি কৰিছে। এই নিযুক্তিৰ জৰিয়তে বিদ্যালয়খনত খালী হৈ থকা TGT (Trained Graduate Teacher) আৰু নিম্ন বৰ্গৰ সহকাৰী বা ক্লাৰ্ক (LDC/Clerk) পদসমূহ পূৰণ কৰা হ’ব। … Read more