Tata Semiconductor Jagiroad Recruitment 2026: জাগীৰোড টাটা ছেমিকণ্ডাক্টৰ প্ৰকল্পত বৃহৎ নিযুক্তি; ১৯ ফেব্ৰুৱাৰীৰ ভিতৰত কৰক আবেদন!

Tata Semiconductor Jagiroad Jobs

অসম বাতৰি (কেৰিয়াৰ): অসমৰ উদ্যোগিক খণ্ডৰ বাবে এক অতি সুখবৰ! জাগীৰোডত নিৰ্মীয়মান Tata Semiconductor Assembly and Test (TSAT) প্ৰকল্পত বিভিন্ন কাৰিকৰী আৰু ব্যৱস্থাপনা পদৰ বাবে এক মেগা নিযুক্তি অভিযান (Mega Recruitment Drive) আৰম্ভ হৈছে। টাটা গ্ৰুপৰ এই অভিলাষী প্ৰকল্পত কেৰিয়াৰ গঢ়িবলৈ ইচ্ছুক যোগ্য প্ৰাৰ্থীসকলৰ পৰা আবেদন আহ্বান কৰা হৈছে। পদসমূহৰ সবিশেষ (Vacancy Details) এই নিযুক্তি … Read more