BBCI Guwahati Recruitment 2026: বি বৰুৱা কেন্সাৰ ইনষ্টিটিউটত নিযুক্তি; মাহিলী দৰমহা ৩০,০০০ টকা!

অসম বাতৰি (কেৰিয়াৰ): গুৱাহাটীৰ বিখ্যাত ড° বি বৰুৱা কেন্সাৰ ইনষ্টিটিউটে (BBCI) এক কেন্দ্ৰীয় চৰকাৰৰ পৃষ্ঠপোষকতাত চলা প্ৰকল্পৰ বাবে ঠিকাভিত্তিক চুপাৰভাইজাৰ (Supervisor) পদত নিযুক্তিৰ বাবে বিজ্ঞাপন প্ৰকাশ কৰিছে। এই নিযুক্তি “Regional Satellite Centre of Tobacco Quitline Services” নামৰ প্ৰকল্পটোৰ বাবে কৰা হ’ব। পদৰ সবিশেষ (Vacancy Overview) পদৰ নাম পদৰ সংখ্যা মাহিলী দৰমহা সময়সীমা চুপাৰভাইজাৰ (Supervisor) ০১ … Read more