SSA Assam Teacher Recruitment 2026: ১৪৯ গৰাকী ঠিকাভিত্তিক শিক্ষকৰ নিৰ্বাচিত তালিকা ঘোষণা; ৯ মাৰ্চত হ’ব জৰুৰী নথিপত্ৰ পৰীক্ষণ!

SSA Assam Teacher Recruitment 2026

অসম শিক্ষা সংবাদ (গুৱাহাটী): সমগ্ৰ শিক্ষা অভিযান (SSA), অসমৰ অধীনত খালী হৈ থকা সহকাৰী শিক্ষকৰ (Assistant Teacher – Contractual) ১৪৯ টা পদৰ বাবে বহুত দিনৰ পৰা চলি থকা আইনী প্ৰক্ৰিয়াৰ অৱসান ঘটিছে। গুৱাহাটী উচ্চ ন্যায়ালয়ৰ নিৰ্দেশ মৰ্মে এতিয়া আনুষ্ঠানিকভাৱে ‘Common Select List’ প্ৰকাশ কৰা হৈছে। নিৰ্বাচিত প্ৰাৰ্থীসকলক অতি জৰুৰীভাৱে ডকুমেণ্ট ভেৰিফিকেচনৰ বাবে মাতি পঠিওৱা হৈছে। … Read more